This browser does not support the video element.
ডিফু: কাৰ্বি আংলঙৰ ভূমি কৰ্পৰেট কোম্পানীক চমজাই দিয়াকলৈ ডিফুত পুণৰ জিলা কংগ্ৰেছৰ সংবাদমেল
Diphu, East Karbi Anglong | Sep 11, 2025
কাৰ্বি আংলঙৰ বহৎ পৰিমানৰ ভূমি পতঞ্জলী আৰু গডৰেজক চমজাই দিয়াৰ অভিযোগ তুলি বৃহস্পতিবাৰে দিনৰ ২ বজাত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংতিয়ে পুণৰ এক সংবাদমেল অনুষ্ঠিত কৰে ৷ কৰ্পৰেট গোষ্টীক কাৰ্বি আংলঙৰ ভূমি হস্তান্তৰকলৈ বিজেপি আৰু কংগ্ৰেছে অভিযোগ-প্ৰতি অভিযোগ কৰা সময়ত কালি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ সচিবালয়ৰ বিষয়া কৰ্মী সকলেও সংবাদমেল দি কাৰ্বি আংলঙৰ ভূমি কাকো দিয়া হোৱা নাই বুলি কয় ৷ তাৰ প্ৰত্যুত্তৰত আজি পুণৰ কংগ্ৰেছ সভাপতি ৰতন ইংতিয়ে সংবাদমেলত বিষয়া সকলক বিষয়