Install App
usr509065
This browser does not support the video element.
টেঙাখাত: ভাদৈ পাঁচ আলিৰ ১ নং চপাতলিত ভয়ংকৰ ঘটনা, নিপকোৰ বিদ্যুতৰ উচ্চ প্ৰবাহিত তাৰ চিগি এগৰাকী মহিলা গুৰুতৰ ভাবে আহত
Tengakhat, Dibrugarh | Sep 2, 2025
দুলীয়াজানৰ ভাদৈ পাঁচ আলিৰ ১ নং চপাতলিত ভয়ংকৰ ঘটনা ।এখন ব্যক্তিগত চাহ বাগিচাত কৰ্মৰত অৱস্থাতেই নিপকোৰ বিদ্যুতৰ উচ্চ প্ৰবাহিত তাঁৰ চিগি এগৰাকী মহিলা গুৰুতৰভাবে আহত। আহত মহিলা গৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!