This browser does not support the video element.
তেজপুৰ: পূৱ বৰগাঁও পঞ্চায়ত এলেকাৰ ১নং বৰপুখুৰীত কেইবাটাও উপাসনাস্থলীত উন্নয়নমূলক কামৰ শুভাৰম্ভণি কৰে বিধায়কে
Tezpur, Sonitpur | Sep 9, 2025
মংগলবাৰে দিনৰ অনুমানিক ১২ বাজি ৩০ মিনিটৰ পৰা শোণিতপুৰ জিলাৰ অন্তৰ্গত পূৱ বৰগাঁও পঞ্চায়ত এলেকাৰ ১নং বৰপুখুৰীত কেইবাটাও উপাসনাস্থলীৰ উন্নয়নমূলক কামৰ শুভাৰম্ভণি কৰে বৰছলা সমষ্টিৰ বিধায়ক গনেশ কুমাৰ লিম্বু ৷ উল্লেখ্য অসম দৰ্শন আচঁনিৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু গাওঁ পঞ্চায়তৰ জনপ্ৰতিনিধি সকলৰ উপস্থিতিত আজি উক্ত কাম সমূহৰ শুভাৰম্ভণি কৰে বিধায়ক গনেশ কুমাৰ লিম্বুৱে ৷