Download Now Banner

This browser does not support the video element.

ডিফু: বোকাজানত অসমৰ নাট্য সংস্কৃতিৰ ৪৪তম দ্বি-বাৰ্ষিক সন্মিলনৰ উপস্থিত বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন

Diphu, East Karbi Anglong | Aug 31, 2025
বোকাজানত অসমৰ নাট্য সংস্কৃতিৰ ৪৪তম দ্বি-বাৰ্ষিক সন্মিলনৰ কামপীঠ সাংস্কৃিত পৰ্ব অনুষ্ঠিত হয় ৷ দেওবাৰে বিয়লি ৪ বজাত সাংস্কতিক পৰ্ব অনুষ্ঠানত বোকাজানৰ বিধায়ক তথা বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন উপস্থিত থাকে ৷ ড° ভূপেন হাজৰিকা স্মৃতি সাংস্কৃতিক সভাগৃহ বােকাজানত অনুষ্ঠিত এই সমাবেশে অসমীয়া সংস্কৃতি, সাহিত্য আৰু সংস্কৃতিক ঐতিহ্যৰ অনন্ত শক্তি প্ৰতিফলিত কৰিছে ৷
Read More News
T & CPrivacy PolicyContact Us