Download Now Banner

This browser does not support the video element.

ধেমাজি: সদৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ৰাইজৰ দল ৰ প্ৰশিক্ষণ কৰ্মশালা, উপস্থিত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধায়ক অখিল গগৈ

Dhemaji, Dhemaji | Sep 10, 2025
বুধ বাৰে দিনৰ তিনি বজাত সদৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ৰাইজৰ দল ৰ প্ৰশিক্ষণ কৰ্মশালা, উপস্থিত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধায়ক অখিল গগৈ আজি উক্ত প্ৰশিক্ষণ কৰ্মশালাত আঞ্চলিক ৰাজনৈতিক দল টোক আগুৱাই নিয়া লগতে আৰু অধিক শক্তিশালী কৰা ক্ষেত্ৰ আলোচনা কৰা ওপৰিও আগন্তুক দিনত কৰিব লগীয়া কৰণীয় কামৰ সন্দৰ্ভত আলোচনা কৰা হয়। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ,
Read More News
T & CPrivacy PolicyContact Us