Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: জহিঙত লখিমপুৰ কেন্দ্ৰীয় কৰম উৎসৱৰ জাৱা উঠোৱা কাৰ্য্যসূচী

North Lakhimpur, Lakhimpur | Aug 28, 2025
অসম চাহ জনজাতি ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ উদ্যোগত লখিমপুৰৰ জহিং খেলপথাৰত অহা ০৩ আৰু ০৪ ছেপ্টেম্বত অনুষ্ঠিত হ'ব লখিমপুৰ কেন্দ্ৰীয় কৰম উৎসৱ । বৃহস্পতিবাৰে জহিং নৈৰ পৰা জাৱা উঠোৱা কাৰ্য্যসূচী অনুষ্ঠিত হয় কেন্দ্ৰীয় কৰম উৎসৱৰ । এই জাৱা উঠোৱা কাৰ্য্যসূচীত অসম চাহ জনজাতি ছাত্র সন্থাৰ জিলা সমিতিৰ সভাপতি ,সম্পাদকৰ লগতে বিষয়ববীয়া সকল উপস্থিত থাকে ।
Read More News
T & CPrivacy PolicyContact Us