Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ৰৌতাত জনজাতিকৰণৰ দাবীত KSDCৰ বিশাল প্ৰতিবাদী ৰেলী

Udalguri, Udalguri | Oct 10, 2025
*শীঘ্ৰে জনজাতিকৰণ নহলে অসম জ্বলাই দিয়াৰ হুংকাৰ কমাতাপুৰ ৰাজ্য দাবী পৰিষদ(KSDC)ৰ |* জনজাতিকৰণৰ দাবীৰে ৰৌতাত KSDC ৰ বিশাল প্রতিবাদী ৰেলী | *প্রায় ৫ হাজাৰ প্রতিবাদকাৰীয়ে ৰৌতাৰ মাজমজিয়াৰে উলিয়াই বিশাল প্রতিবাদী ৰেলী |জনজাতিকৰণৰ বাবে যিকোনো পৰ্যায়লৈ অসমখনক লৈ যাব পাৰো বুলি হুংকাৰ প্রতিবাদকাৰীৰ | পৃথক কমতাপুৰ,জনজাতিকৰণ আৰু ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীৰ মাধ্যমত কমতাপুৰী(ৰাজবংশী) ভাষাৰ স্বৃকৃতিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।
Read More News
T & CPrivacy PolicyContact Us