জোনাই ত ভয়ংকৰ পথ দুৰ্ঘটনা, ঘটনা স্থলীত উপস্থিত আৰক্ষী, দুৰ্ঘটনাত আহত লোক চিকিৎসালয়লৈ প্ৰেৰণ । জোনাইৰ অসম অৰুণাচল সীমান্ত পবা বনাঞ্চলস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনা টো এখন স্কৰপিঅ আৰু স্কুটিৰ মাজত সংঘৰ্ষ হয় বুলি সন্দেহ কৰা হৈছে। দুৰ্ঘটনাত দুজন লোক গুৰুতৰ ভাৱে আহত হয় বুলি জানিব