Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: বৰছলা আৰক্ষী চকী এলেকাৰ নপাম গাঁৱত এগৰাকী লোকে নিজ গৃহতে চিপজৰী লৈ আত্মহত্যা কৰে

Dhekiajuli Part, Sonitpur | Sep 25, 2025
বৰছলা আৰক্ষী চকী এলেকাৰ নপাম গাঁৱত বৃহস্পতিবাৰে পুৱতি নিশা অনুমানিক ২ বজাত এগৰাকী লোকে নিজ গৃহতে চিপজৰী লৈ আত্মহত্যা কৰে ৷ উক্ত আত্মহত্যাৰ ঘটনাৰ খবৰ পাই আজি পুৱা মৃতদেহ উদ্ধাৰ কৰে বৰছলা আৰক্ষীয়ে ৷ উল্লেখ্য যে নপাম গাঁৱৰ বাসিন্দা অনিল পাটোৱাৰী নামৰ ৪০ বছৰীয়া লোকজনে আজি নিজ গৃহতে চিপজৰী লৈ আত্মহত্যা কৰে ৷ বৰ্তমানলৈকে লোকজনৰ আত্মহত্যাৰ ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ অহানাই ৷ আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ৷
Read More News
T & CPrivacy PolicyContact Us