Install App
nalbarinews
This browser does not support the video element.
নলবাৰী: চহৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ জিলা সমিতিৰ ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাত উদ্বোধন
Nalbari, Nalbari | Sep 2, 2025
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাত উদ্বোধক কৰে জনপ্ৰিয় অভিনেতা যতিন বৰাই ,উল্লেখযোগ্য য়ে উক্ত উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ লগতে AJYCP ৰ কেন্দ্ৰীয় নেতৃত্ব।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!