Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: ১৪ টা প্রাথমিক বিদ্যালয়ত ৰাজবংশী ভাষা প্ৰৱৰ্তন কোকৰাঝাৰ প্ৰেছ ক্লাবত সন্তুষ্টি প্ৰকাশ ৰাজবংশী দল সংগঠনৰ

Kokrajhar Part, Kokrajhar | Aug 26, 2025
বিটিআৰ চৰকাৰে ১৪ টা প্রাথমিক বিদ্যালয়ত ৰাজবংশী ভাষা প্ৰৱৰ্তন কৰাক সন্তুষ্টি প্ৰকাশ কৰিছে ৰাজবংশী দল সংগঠনৰ নেতা সকলে। মঙলবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাবত আবেলি ৫ বজাত সংবাদ মেল সম্বোধন কৰি ৰাজবংশী সাহিত্য সভাৰ সভাপতি হিতেন্দ্ৰ নাথ ভকত আৰু বিটিআৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি মনিলাল ৰায়ই কয় যে অসম চৰকাৰে নকৰাৰ কাম বিটিচি প্ৰধান প্ৰমোদ বড়োৱে কোচ ৰাজবংশী জনগোষ্ঠীৰ বৃহৎ উন্নয়ন ৰ কাম কৰিল, ইয়াৰ বাবে প্ৰমোদ বড়ো নেতৃত্ব চৰকাৰক ধন্যবাদ জ্ঞাপন কৰা বুলি মন্তব্য কৰে।
Read More News
T & CPrivacy PolicyContact Us