This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: খাৰকাটীত কা আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত অসমীয়া যুৱ মঞ্চ জিলা সমিতিৰ
North Lakhimpur, Lakhimpur | Sep 11, 2025
কা আইৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে । অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিয়ে বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ পানীগাঁৱৰ খাৰকাটীত ৰঙানদী নৈৰ পাৰত কা আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সমান্তৰালভাৱে কা আইনৰ প্ৰতিলিপি ৰঙানদী নৈৰ বুকুত জাহ দিয়ে সংগঠনটোৱে ।