Install App
123456789000prasanta
This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ গীত বিক্ৰীত কৰি পৰিবেশন কৰাত নাম বগৰীবাৰী গাঁৱত কৰিশ্মা নাথৰ বিৰুদ্ধে ক্ষোভিত ৰাভা ছাত্ৰ সন্থা
Dhekiajuli Part, Sonitpur | Sep 2, 2025
সৈনিক শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ পৰ জনমৰ শুভ লগনৰ গীতটি বিক্ৰীত কৰি পৰিবেশন কৰিলে নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথে ৷ ইয়াকেলৈ আজি পুৱা অনুমানিক ৯ বজাত শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ নাম বগৰীবাৰী গাঁৱত ক্ষোভিত হ’ল নিখিল ৰাভা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতি ৷ নাম বগৰিবাৰী গাঁৱৰ পৰা আজি সংবাদ মাধ্যমৰ জৰিয়তে নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে নিখল ৰাভা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ বিষয়ববীয়াই ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!