This browser does not support the video element.
সোণাৰি: চৰাইদেউ সাপেখাতীৰ আটালত অনুষ্ঠিত হ'ল আমন্ত্ৰণ মূলক আন্তঃজিলা সাঁতোৰ প্ৰতিযোগিতা,অংশ ল'লে দুই শতাধিক প্ৰতিযোগিয়ে
Sonari, Charaideo | Sep 7, 2025
চৰাইদেউ সাপেখাতীৰ আটালত আমন্ত্ৰণ মূলক আন্তঃজিলা সাঁতোৰ প্ৰতিযোগিতা অনুষ্ঠিত।চৰাইদেউ জিলা সাঁতোৰ সন্থাৰ সহযোগত সুত্ৰধাৰ সাঁতোৰ সন্থাৰ উদোগত আমন্ত্ৰণ মূলক আন্তঃজিলা সাঁতোৰ প্ৰতিযোগিতা খনি ঐতিহাসিক আটাল পুখুৰীত অনুষ্ঠিত হয়।ডিব্ৰুগড় , শিৱসাগৰ , চৰাইদেউ, তিনিচুকীয়া জিলাৰ দুশ সাঁতোৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে উক্ত প্ৰতিযোগিতাত৷৬০ টা ইভেণ্টত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা সদৌ অসম সাঁতোৰ সন্থাৰ বিষয়ববীয়াৰ লগতে যোৰহাট লোক সভা সমষ্টিৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ উপস্থিত থাকে ।