আজি #GangaVilas-ত থকা পৰ্যটকসকলে #Goalpara-ৰ বিখ্যাত শ্ৰী সূৰ্য পাহাৰ ঐতিহাসিক ক্ষেত্ৰত এক আনন্দময় ৰাতিপুৱা উপভোগ কৰে।
pib_guwahati
Assam, India | Feb 19, 2023
विश्व की सबसे लंबी रिवर क्रूज यात्रा के दौरान #GangaVilas आज #बिहार के #भागलपुर के #कहलगाँव पहुँचा, जहाँ विदेश सैलानियों का स्थानीय विधायक श्री पवन कुमार यादव एवं अन्य लोगों द्वारा भव्य स्वागत किया गया।
pibpatna
Bihar, India | Jan 20, 2023
এমভি #GangaVilas-ৰ পৰ্যটকসকলে আজি #Guwahati-ত স্থানীয় শিল্পীসকলৰ দ্বাৰা পৰিবেশন কৰা সাংস্কৃতিক কাৰ্য্যসূচী উপভোগ কৰে।
#GangaVilas क्रूज़ के विदेशी सैलानी पटना के ऐतिहासिक स्थलों का भ्रमण कर रहे हैं इस दौरान #BiharMuseum में आयोजित सांस्कृतिक कार्यक्रम में प्रस्तुति का आनंद उठाते सैलानी|
ashishbiharnews
Bihar, India | Jan 17, 2023
এমভি #GangaVilas-ৰ পৰ্যটকসকলে #Assam-ৰ ধুবুৰী জিলাত মাটিৰে নিৰ্মিত চাহৰ কাপ উৎপাদন চাবলৈ এটা আত্ম-সহায়ক গোট ভ্ৰমণ কৰে