নলবাৰীত সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ বাৰ্ষিকী মৃত্যু বাৰ্ষিকী ।সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সৌজন্যত নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু নলবাৰী বাসী ৰাইজৰ সহযোগত সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ তম্ মৃত্যু বাৰ্ষিকী উদযাপন ।নলবাৰীৰ গৰ্ডন খেলপথাৰত অনুষ্ঠিত অনুষ্ঠিত হয় উক্ত অনুষ্ঠান ।