বৰঝাৰ বিমানবন্দৰৰ দুৱাৰমুখত ড্ৰাগছ জব্দ । বিমানবন্দৰৰ সন্মুখত আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছ ।আজাৰাৰ বৰঝাৰ আৰক্ষীয়ে চলোৱা অভিযানত জব্দ ড্ৰাগছ । এজন Delivery Boyৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে কেইবাটাও ড্ৰাগছৰ কন্টেইনাৰ । ড্ৰাগছ সেৱন কৰা লোকৰ লগতে সৰবৰাহ কৰা লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ । গ্ৰেপ্তাৰ হোৱা লোককেইজন লালচন আলী, চন্দ্ৰকান্ত নাথ আৰু ডিম্বেশ্বৰ মজুমদাৰ ।