ধেমাজি: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জন্মদিন উপলক্ষে 'সেৱা পখৱাড়া' লগত সংগতি ৰাখি চিচিবৰগাঁওত ৰক্ত দান কাৰ্যসূচী ,উপস্থিত সাংসদ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জন্মদিন উপলক্ষে আজিৰে পৰা সমগ্ৰ দেশতে আৰম্ভ হোৱা 'সেৱা পখৱাড়া' অভিযানৰ অংশ হিচাপে বুধ বাৰে দিনৰ দুই বজাত চিচিবৰগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰক্তদান শিবিৰ আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। আজি উক্ত শিবিৰ টো উদ্বোধন কৰে সাংসদ প্ৰদান বৰুৱাই লগতে বিভিন্ন বিষয় ওপৰত আলোচনা কৰা হয় । লগতে অহা ইং ২ অক্টোবৰ, ২০২৫