বকো: বকোৰ ৰাজাপাৰাস্থিত হনুমান মন্দিৰৰ চতুৰ্দশ বার্ষিক প্রতিষ্ঠা দিৱস উদযাপন
Boko, Kamrup | Nov 10, 2025 বকোৰ ৰাজাপাৰাস্থিত হনুমান মন্দিৰৰ চতুৰ্দশ বার্ষিক প্রতিষ্ঠা দিৱস উদযাপন উক্ত অনুষ্ঠানটোৰ লগত সংগতি ৰাখি ৰাজাপাৰাৰ পৰা শ্রী শ্রী হনুমান মন্দিৰলৈ ধৰ্মীয় পদযাত্ৰা উলিওৱা হয়।