বিজনী ভাগ: ২ নং দংশীয়াপাৰাত চিপ জৰী লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হত্যাকৰাৰ সন্দেহ ২ নং দংশীয়াপাৰাত দোষীক ফাচিৰ দাবীত প্ৰতিবাদ
২ নং দংশীয়াপাৰাত নৱম শ্ৰেণীৰ ছাত্ৰীৰ চিপ জৰী লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ,ছাত্ৰীক হত্যাকৰাৰ সন্দেহ স্থানীয় লোকৰ,চিৰাং জিলাৰ বিজনীৰ ২ নং দংশীয়াপাৰাত সোমবাৰে আবেলি ভাগত এজনী ছাত্ৰীৰ চিপ জৰী লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হয়ছাত্ৰীৰ ঘৰৰ ওচৰতে চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ,চুলতান আলীৰ ফাচিৰ দাবি উত্থাপন কৰি স্থানীয় ৰাইজে আজি প্ৰতিবাদ কৰে।