পলাশবাৰী: পলাশবাৰী সমষ্টিৰ লোহাৰঘাটতত ফুটবল খেলৰ শুভ উদ্বোধনী কৰে ৰাজ্যিক BJPৰ কাৰ্য্যনিৰ্বাহক সদস্য হিমাংশু শেখৰ বৈশ্যই
দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ লোহাৰঘাটতত ফুটবল খেল প্ৰতিযোগিতাৰ উদ্বোধনী কৰে ৰাজ্যিক BJPৰ কাৰ্য্যনিৰ্বাহক সদস্য তথা অসম ফুটবল সন্থা জুটিয়া সম্পাদক হিমাংশু শেখৰ বৈশ্যই।