নগাঁও: কামপুৰৰ কচুৱা লুটুমাৰী বেদখল উচ্ছেদৰ প্ৰকমহুৰ্তত বেদখলকৃত ভূমিত উপস্থিত হৈ নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ আহ্বান
Nagaon, Nagaon | Nov 28, 2025 কামপুৰৰ কচুৱা লুটুমাৰী বেদখল উচ্ছেদৰ প্ৰকমহুৰ্তত বেদখলকৃত ভূমিত উপস্থিত হৈ নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ আহ্বান। ১৯১৯ চনত এই ঠাইখিনি ৰিজাৰ্ভ ফৰেষ্ট হিচাপে স্বীকৃতি দিয়া হৈছিল। তিনিমাহ ধৰি জাননী জাৰি কৰিও পৰ্যপ্ত সময় দিয়া হৈছে। সেয়ে এতিয়া নিজে নিজে বন বিভাগৰ ভূমি বেদখলমুক্ত কৰি দিয়ক।