ধুবুৰী ভাগ: বিলাসীপাৰাত তিনি দুৰ্বৃত্তৰ আক্ৰমণ চেষ্টা চলায় মহকুমা ন্যায়িক দণ্ডাধীশক
বিলাসীপাৰা ন্যায়িক দণ্ডাধীশ কায্যালয় চৌহদত চাঞ্চল্যকৰ ঘটনা। তিনি দুৰ্বৃত্তৰ আক্ৰমণ চেষ্টা চলায় মহকুমা ন্যায়িক দণ্ডাধীশক। বেলতলীৰ পৰা পিছা কৰি আহি কাৰ্যালয়টোৰ চৌহদত আক্ৰমণ চলায় তিনি দুৰ্বৃত্তই। বিলাসীপাৰাৰ সম-জিলাৰ কাৰ্যালয়ত প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ হিচাপে কৰ্মৰত আছিল দ্বীপজ্যোতি হাজৰিকা।