নগাঁও: শৃংখল চলিহাক উভতি ধৰিলে এআই এফ দলৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতাই
Nagaon, Nagaon | Nov 28, 2025 Nagaon Breaking...... শৃংখল চলিহাক উভতি ধৰিলে এআই এফ দলৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতাই | সকলে মানুহৰ নূন্যতম স্ষ্টাচাৰ থাকিব লাগে |শৃংখল চলিহাৰ নূন্যতম খিনিও নাই | বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে অপমান সূচক মন্তব্য কৰা বাবে শৃংখল চলিহাই ধিং সমষ্টিৰ ৰাইজক ক্ষমা খুজিব লাগিব |