উত্তৰ লক্ষীমপুৰ: নগৰত বিশ্ব ভাতৃত্ব দিৱস উপলক্ষে বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠান
আজি বিশ্ব ভাতৃত্ব দিৱস । ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰ জিলাতো পালন হয় বিশ্ব ভাতৃত্ব দিৱস । বিশ্ব ভাতৃত্ব দিৱস উপলক্ষে মঙ্গলবাৰে উত্তৰ লখিমপুৰ নগৰৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সভাকক্ষত এক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানত কেইবাগৰাকী গণ্যমাণ্য ব্যক্তি উপস্থিত থাকে বুলি জানিব পৰা গৈছে ।