হোজাই: স্বৰূপ বৰ্ধনে পুত্ৰ-কন্যাক বিদ্যালয়ৰ পৰা অনাৰ সময়ত বাহনেৰে খুন্দিয়ায় মৰাৰ অভিযোগ,হোজাই আৰক্ষী থানাত এজাহাৰ দাখিল
Hojai, Hojai | Sep 16, 2025 বিগত ১০বছৰে চলি থকা ভাই-ককাইৰ ঘৰুৱা কাজিয়া পালেগৈ ৰাজপথত।এই ঘটনা সংঘটিত হৈছে হোজাইত।ঘটনা সন্ধৰ্ভত মঙ্গলবাৰে সন্ধিয়া প্ৰায় ৭মান বজাত সংবাদ মাধ্যমত মন্তব্য ভুক্তভোগীৰ।উল্লেখ্য স্বৰূপ বর্ধনে নিজ পুত্ৰ আৰু কন্যা সন্তানক বিদ্যালয়ৰ পৰা আনি থকা সময়ত ভাতৃ সুমিত বর্ধনে চাৰিচকীয়া বাহনেৰে খুন্দিয়ায় মৰাৰ অপচেষ্টা কৰাৰ অভিযোগ।ইফালে ভাতৃ সুমিত বর্ধনে দুৰ্গাপূজাৰ সময়ত স্বৰূপ বর্ধন,তেওঁৰ পত্নী আৰু পুত্ৰ কন্যাক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ।স্বৰূপ বর্ধন পেশাত এজন চৰকাৰী শিক্