ছয়গাঁও: কাইলৈ ছয়গাঁৱৰ পাণ্টানত গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহন কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
আগন্তুক জনজাতীয় গৌৰৱ দিৱসৰ প্ৰাকক্ষণত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দক্ষিণ কামৰূপৰ ৪,৭০০টা জনজাতীয় পৰিয়ালক বন অধিকাৰ আইনৰ অধীনত ভূমিৰ পট্টা বিতৰণ কৰিব। অহা ১১ নবেম্বৰ তাৰিখে দক্ষিণ কামৰূপৰ পাণ্টান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এক বিশাল জনসভাৰ আয়োজন কৰা উক্ত স্থানত।