নগাঁও: ৫০ বছৰ ধৰি আমি ইয়াত আছো , উচ্ছেদৰ পাছত সংবাদ মাধ্যমত এইদৰে ক্ষোভ উজাৰিলে উচ্ছেদিতই
Nagaon, Nagaon | Nov 29, 2025 ৫০ বছৰ ধৰি আমি ইয়াত আছো ।এজন বিদিঅʼ য়ে আমাক ইয়াত ঠাই দিছিল । যদি উচ্ছেদ চলায়েই আগতেই চলাব লাগিছিল । আগত উচ্ছেদ কৰিলে আমি নাথাকিলো হয় । আমাক লাগিলে মাৰি দিয়ক , কি কৰিম আমি উচ্ছেদৰ পাছত সংবাদ মাধ্যমত এইদৰে ক্ষোভ উজাৰিলে উচ্ছেদিতই