ধুবুৰী ভাগ: জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ধুবুৰী চহৰত সুস্থ নাৰী সুস্থ পৰিয়াল অভিযান কাৰ্য্যসূচী অনুষ্ঠিত
ৰাষ্ট্ৰৰ প্ৰতিগৰাকী নাগৰিকৰ সু-স্বাস্থ্যৰ বাবে দেশজুৰি চিকিৎসা সেৱা আৰু স্বাস্থ্য শিবিৰৰ আয়োজন, ৮তম ৰাষ্ট্ৰীয় পোষণ মাহৰ উদ্বোধন আৰু প্রধানমন্ত্রী মাতৃ বন্দনা আঁচনিৰ অধীনত প্ৰসৱকালীন সা-সুবিধা আৰু জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ধুবুৰী চহৰত সুস্থ নাৰী সুস্থ পৰিয়াল অভিযান কাৰ্য্যসূচী অনুষ্ঠি কৰা হয়। উক্ত সভাত ধুবুৰী পৌৰসভাৰ পৌৰপতি ড° দেবময় সান্যাল,জিলাৰ স্বাস্থ