উত্তৰ লক্ষীমপুৰ: ফাইনেন্সৰ যুৱকে অসমীয়া যুৱ মঞ্চৰ নেতা দিপাংকৰ নাথক প্ৰহাৰ কৰাৰ ঘটনা,ঘটনা সন্দৰ্ভত সদৰ থানাত এজাহাৰ অসমীয়া যুৱ মঞ্চৰ
ফাইনেন্সৰ যুৱকে অসমীয়া যুৱ মঞ্চৰ নেতা দিপাংকৰ নাথক উত্তৰ লখিমপুৰ নগৰৰ কেৰি ৰোডত প্ৰহাৰ কৰাৰ ঘটনা । ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে উত্তৰ লখিমপুৰ নগৰৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিয়ে । অসমীয়া যুৱ মঞ্চৰ নেতা দিপাংকৰ নাথক প্ৰহাৰ কৰা যুৱকক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিয়ে ।