ছয়গাঁও: গ্ৰামীণ চাহাৰাৰ বাৰ্ষিক কৃষক সমাৰোহ সম্পন্ন
ৰাজ্যৰ আগশাৰীৰ তথা অন্যতম বেচৰকাৰী সংস্থা “গ্ৰামীণ চাহাৰা’’ৰ বাৰ্ষিক কৃষক সমাৰোহখন শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ কৃষি আৰু বোৱা-কটা কামত জড়িত প্ৰায় ৪০০ মহিলাই অংশ গ্ৰহণ কৰা সমাৰোহৰ পুৱা গ্ৰামীণ চাহাৰাৰ প্ৰতিষ্ঠাপক তথা সচিব শৰৎ চন্দ্ৰ দাসে বন্তি প্ৰজ্বলন কৰে ৷