গুৱাহাটী: উজান বজাৰস্থিত শ্বহীদ ন্যাসৰ পৰা আছুৰ বিক্ষোভ কাৰ্যসূচী ,অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদী উৎখাতৰ দাবী
উজান বজাৰস্থিত শ্বহীদ ন্যাসৰ পৰা আছুৰ বিক্ষোভ কাৰ্যসূচী ,অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদী উৎসাত আৰু অসম চুক্তি ৰূপায়নৰ দাবী।অবৈধ বিদেশী প্ৰব্ৰজনৰ স্থায়ী সমাধানৰ দাবী আছুৰ।