বাক্সা: আজি ভাৰতীয় জনতা পাৰ্টি, তামুলপুৰ জিলা কমিটিয়ে তামুলপুৰ বিধানসভা সমষ্টি ভিত্তিত সভা অনুষ্ঠিত
Baska, Baksa | Nov 4, 2025 আজি ভাৰতীয় জনতা পাৰ্টি, তামুলপুৰ জিলা কমিটিয়ে তামুলপুৰ বিধানসভা সমষ্টি ভিত্তিত সভা অনুষ্ঠিত । আজি ভাৰতীয় জনতা পাৰ্টীৰ তামুলপুৰ জিলা কাৰ্যালয়ত Trader's Small Entrepreneur আৰু Professional শীৰ্ষক কৰ্মশালাত থাকে বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।