নগাঁও: জিলা NPS কৰ্মচাৰী সংস্থাৰ অধীনত নগাঁও বন সংমণ্ডল কাৰ্যালয়ত কৰ্মচাৰী সকলে কৰ্মবিৰতি পালন
Nagaon, Nagaon | Nov 27, 2025 নগাঁও জিলা NPS কৰ্মচাৰী সংস্থাৰ অধীনত নগাঁও বন সংমণ্ডল কাৰ্যালয়ত কৰ্মচাৰী সকলে কৰ্মবিৰতি পালন। NPS আৰু UPS বাতিল কৰি OPS ব্যবস্থা বাহাল ৰখাৰ উদ্দেশ্য এই কৰ্মবিৰতি পালন নগাঁও বন সংমণ্ডল কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ এক দেশ এক নীতি পুৰণি পেন্সন আমাৰ দাবীৰে কৰ্মবিৰতি পালন নগাঁও বন সংমণ্ডল কৰ্মচাৰীসকলৰ