পশ্চিম নলবাৰী: নলবাৰী বনগাওত দীপক শৰ্মালৈ বিশেষ শ্ৰদ্ধাঞ্জলি, বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শোকাকুল পৰিৱেশ
নলবাৰীত দীপক শৰ্মালৈ বিশেষ শ্ৰদ্ধাঞ্জলি, বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শোকাকুল পৰিৱেশ,আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বনগাঁও উঃমাঃ বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা