ধুবুৰী ভাগ: ১৫৪১ নং কামাৰডিহি এল্ পি্ স্কুলত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে ক্লাষ্টাৰ পৰ্যায়ৰ সম্প্ৰদায় উৎসৱ পালন কৰে
আজিৰ এই কাৰ্যসূচীত ১২টা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এখন সজাগতামূলক সভা যাত্ৰা উলিয়ায় । সভা যাত্ৰাত ছাত্ৰ ছাত্ৰীসকলে হাতে হাতে প্লেলে কাৰ্ড লৈ বিভিন্ন শ্বলো গানেৰে সজাগতামূলক সম্প্ৰদায় উৎসৱ পালন কৰাৰ লগতে প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নাচ গানত অংশগ্ৰহণ কৰে। ।