সৰুসজাইত ৫,৮১৮জন প্ৰাৰ্থীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিযুক্তি পত্ৰ প্ৰদান । অসম আৰক্ষী আৰু গৃহ বিভাগত নিযুক্তি লাভ কৰা প্ৰাৰ্থীক নিযুক্তি পত্ৰ দিয়া হয় । উপ-পৰিদৰ্শক আৰু সমপৰ্যায়ৰ ১৫৬ গৰাকী, কনিষ্টবল আৰু সমপৰ্যায়ৰ ৫৪১০ গৰাকী, অসম আৰক্ষীৰ চতুৰ্থবৰ্গৰ ২৫২ গৰাকীক দিয়া হয় নিযুক্তি পত্ৰ।