বালিজানা: চহৰৰ আছুৰ কাৰ্যালয়ৰ পৰা আছুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়
চহৰৰ আছুৰ কাৰ্যালয়ৰ পৰা আছুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন।গোৱালপাৰা চহৰৰ আছুৰ কাৰ্যালয়ৰ পৰা অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশী প্রব্রজন সমস্যাৰ স্থায়ী সমাধানৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়। বিক্ষোভ কাৰ্যসূচীৰ অংশ হিচাপে চহৰৰ আছুৰ কাৰ্যালয়ৰ পৰা বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়। উক্ত সমদলত আছুৰ বিষয় ববীয়া সকলে হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে।