নগাঁও: লুটুমাৰী ৰিজাৰ্ভ ফৰেষ্টৰ উচ্ছেদকলৈ প্ৰতিক্ৰিয়া জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ
Nagaon, Nagaon | Nov 29, 2025 লুটুমাৰী ফৰেষ্ট ৰিজাৰ্ভৰ উচ্ছেদকলৈ প্ৰতিক্ৰিয়া জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ।সংৰক্ষিত বনাঞ্চলটোত ১৭০০ পৰিয়ালে প্ৰায় 6000 বিঘা ভূমি দখল কৰি আছিল । তাৰে জিলা প্ৰশাসনৰ জাননীৰ পাছত 70% লোক ঠাই এৰি গৈছিল যদিও ৩০ শতাংশ যোৱা নাছিল। আজি জিলা আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ উপস্থিতিত জিলা প্ৰশাসনৰ উদ্যোগত চলোৱা হয় উচ্ছেদ ।