নগাঁও: মৰঙীয়ালৰ পৰা চুৰি সামগ্ৰী সহ এজন চুৰক আটক হয়বৰগাঁও আৰক্ষীৰ
Nagaon, Nagaon | Dec 1, 2025 মৰঙীয়ালৰ পৰা চুৰি সামগ্ৰী সহ এজন চুৰক আটক হয়বৰগাঁও আৰক্ষীৰ মৰঙীয়ালৰ পৰা এজন চুৰক আটক হয়বৰগাঁও আৰক্ষীৰ। উদ্ধাৰ চুৰি সামগ্ৰী। উল্লেখ্য যে দেওবাৰে নগাঁও টাউন তেলীয়া গাঁৱৰ এখন দোকানত পুৱতি নিশা সংঘটিত হৈছিল এক চুৰি কাণ্ডৰ ঘটনা। দোকান খনৰ টিং কাটি দোকানৰ পৰা কৰিছিল বহু সংখ্যক গুটখা পেকেট চিগাৰেটৰ পেকেটৰ লগতে প্ৰায় ১লাখ ৫০ হাজাৰ টকা চুৰ কৰিছিল এজন অচিনাক্ত লোকে । সমগ্ৰ ঘটনা বন্দী হৈছিল চিচি টিভি কেমেৰাত। তাৰ পাছতেই অধীৰ সেন নামৰ লোক জনৰ এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ