নগাঁও: আজি চুকাফা দিৱস , সমগ্ৰ ৰাজ্যৰ লগতে পূৱ আমোলাপট্টিত স্মৰণ বৰ অসম গঢ়োতা স্বৰ্গদেও চুকাফাক
Nagaon, Nagaon | Dec 2, 2025 আজি চুকাফা দিৱস ।সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো স্মৰণ বৰ অসম গঢ়োতা স্বৰ্গদেও চুকাফাক ।নগাঁৱৰ নিউ আমূলাপট্টিস্থিত নগাঁও জিলা টাই আহোম সমাজ আৰু সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত স্বৰ্গদেও চুকাফাক স্মৰণ কৰি উদযাপন কৰে অসম দিৱস