গৰৈমাৰী: গৰৈমাৰীৰ আচলপাৰাত নিশা কামৰূপ আৰক্ষীৰ অভিযান অভিযানত জব্দ ৩০ লক্ষাধিক টকা মূল্যৰ চোৰাং সামগ্ৰী
গৰৈমাৰীৰ আচলপাৰাত নিশা কামৰূপ আৰক্ষীৰ অভিযান। উল্লেখযোগ্য যে অভিযানত জব্দ ৩০ লক্ষাধিক টকা মূল্যৰ চোৰাং সামগ্ৰী । কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত চলে অভিযান