ধুবুৰী ভাগ: চহৰত জিলা বিজেপিৰ উদ্যোগত ৰক্তদান শিবিৰৰ আয়োজন,উপস্থিত সাংসদ কামাখ্যা প্ৰসাদ তাছা
দেশৰ প্ৰধানমন্ত্ৰী শ্রদ্ধেয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে "সেৱা পষেক " কাৰ্যসূচীৰ লগত সংগতি ৰাখি, ধুবুৰী জিলাৰ তৰফৰ পৰা ভাৰতীয় জনতা পাৰ্টি কাৰ্যালয়ত BJP ধুবুৰী জিলাৰ উদ্যোগত "ৰক্তদান শিবিৰ" আয়োজন কৰে। এই কাৰ্যসূচীত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ মাননীয় শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া