বইটামাৰী: বইটামাৰীৰ বাজিতপাৰাত ৰাতুল দেৱৰ বাসগৃহত বিষাক্ত সাপ উলিওৱাক লৈ ৰাইজৰ মাজত আতংকময় পৰিবেশ
মঙ্গলবাৰে নিশা বঙাইগাঁও জিলাৰ বইটামাৰীৰ বাজিতপাৰাত ৰাতুল দেৱৰ বাসগৃহত বিষাক্ত সাপ প্ৰবেশ কৰে । অঞ্চলৰ নিবাসী ৰাতুল দেৱৰ বাসগৃহত বিষাক্ত সাপ উলিওৱা লৈ ৰাইজৰ মাজত আতংকময় পৰিবেশ সৃষ্টি হয় । জানিব পৰা মতে ইতিমধ্যে বন বিভাগৰ সহযোগত বিষাক্ত সাপ উদ্ধাৰ কৰি স্থানীয় লোকে বিষাক্ত সাপক নিকটবৰ্তী বনাঞ্চলত এৰি দিয়ে।