নগাঁও: বিশ্ব বিদ্যালয়ৰ মাটিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে , নগাঁৱত মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ
Nagaon, Nagaon | Dec 1, 2025 নগাওঁ বিশ্ব বিদ্যালয়ৰ মাটিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে। অতি সোনকালেই বিশ্ব বিদ্যালয়ৰ মাটি দিয়া যাব । বিশ্ব বিদ্যালয় খনৰ বাবে পাব লগা অনুদান প্ৰৰ্যায় ক্ৰমে আগবঢ়াব চৰকাৰে। নগাওঁ বিশ্ব বিদ্যালয়ৰ প্ৰথম প্ৰতিষ্ঠা দিৱস কাৰ্যসূচীত উপস্থিত হৈ এই মন্তব্য মন্ত্ৰী কেশৱ মহন্তই