ছয়গাঁও: প্ৰীতিপুৰত ফুটবল খেল প্ৰতিযোগিতাৰ উদ্বোধনী কৰে মেয়ৰ মৃগেন শৰণীয়াই
কামৰূপ জিলাৰ প্ৰীতিপুৰ মিলনপথাৰ ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰীতিপুৰ মিলনপথাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ শুভ উদ্বোধনী কৰে মেয়ৰ মৃগেন শৰণীয়াই।