মানকাচৰ: অসম মেঘালয়ৰ সীমান্ত পিপুলবাৰীত সংঘটিত ক্ষয় ভয়ংকৰ দুৰ্ঘটনা, আঘাতপ্ৰাপ্ত এগৰাকী যুৱক
বুধবাৰে আবেলি আনুমানিক ৪ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয়ৰ সীমান্ত পিপুলবাৰী বজাৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত হয় এগৰাকী যুৱক।ফলত স্হানীয় বজাৰৰ ৰাইজে আঘাতপ্ৰাপ্ত যুৱক জনক ততাতয়াকৈ চিকিৎসালয়ত লৈ যায়। উল্লেখ্য যে। পিপুলবাৰী বজাৰত এটা ই ৰিক্সাৰ লগত বজাৰত বজাৰ কৰিব অহা এগৰাকী যুৱক দুৰ্ঘটনাত পতিত হয়।