পলাশবাৰী: লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেল দেৱৰ ১৫০ সংখ্যক জন্মজয়ন্তীৰ উপলক্ষে মিৰ্জাত একতা সমদল কাৰ্যসূচী ৰূপায়ন
ভাৰতবৰ্ষৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী, লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেল দেৱৰ ১৫০ সংখ্যক জন্মজয়ন্তীৰ উপলক্ষে সমগ্ৰ দেশত আয়োজিত "একতা সমদল"ৰ অংশস্বৰূপে আজি মিৰ্জাত আয়োজিত জিলা ভিত্তিক একতা সমদলত পলাশবাৰী সমষ্টিৰ বিধায়ক Hemanga Thakuria ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি, দক্ষিণ-কামৰূপ জিলাৰ মাননীয় সভাপতি শ্ৰীযুত Anjan Goswami শ্ৰী অনুপ কুমাৰ মেধী, সাংসদ বিজুলী কলিতা মেধী।