ছয়গাঁও: ছয়গাঁৱৰ নোৱামাটিতত সাধাৰণ ৰাইজৰ সৈতে মতবিনিময় কৰে ৰাজ্যিক BJPৰ কাৰ্য্যনিৰ্বাহক সদস্য হিমাংশু শেখৰ বৈশ্যই
ছয়গাঁৱৰ নোৱামাটিতত সাধাৰণ ৰাইজৰ সৈতে মতবিনিময় ৰাজ্যিক BJPৰ কাৰ্য্যনিৰ্বাহক সদস্য হিমাংশু শেখৰ বৈশ্যৰ। তেওঁৰ সৈতে উপস্থিত থাকে পশ্চিম ছয়গাঁও গাওঁ পঞ্চায়তৰ সভানেত্ৰী দুলুমণি কলিতা।