ফটাশিল আমবাৰী আৰক্ষীয়ে কলনি বজাৰৰ পৰা চুৰি হোৱা সোণ উদ্ধাৰ কৰে । কলনি বজাৰৰ পৰা কৰণ ৱাচফৰ নামৰ এটি চোৰে প্ৰায় ৫ লাখ সোণ চুৰি কৰি গলাই বিক্ৰী কৰিছিল । অৱশেষত আৰক্ষীয়ে চুৰি সোণ ক্ৰয় কৰা ফাইজল হক আৰু ৰাজিবুল ইছলাম নামৰ লোক দুগৰাকী সহিতে মূল চোৰ জনক কৰায়ত্ব কৰে।